পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কঠোৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কঠোৰ   বিশেষণ

অর্থ : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি

উদাহরণ : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল

সমার্থক : অনমনীয়, অনম্য, দৃঢ়

অর্থ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

উদাহরণ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

সমার্থক : অসহজ, কঠিন, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

অর্থ : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ

উদাহরণ :

সমার্থক : উগ্র, কর্কশ, টান, হুঁ়টা

অর্থ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

উদাহরণ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

সমার্থক : অসহজ, কঠিন, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল

चौपाल