অর্থ : যিজন মানুহৰ এটা চকু বেয়া
উদাহরণ :
দোকানখনত দুজন কণা মানুহে পৰস্পৰৰ মাজত কাজিয়া কৰি আছিল
অর্থ : অত্যন্ত সৰু অংশ বা টুকুৰা
উদাহরণ :
ভগৱান প্রতিটো অণু-পৰমাণুতে ব্যাপি আছে
সমার্থক : অণু, অণু-পৰমাণু, কণ
অর্থ : যাৰ এটা চকু বেয়া বা যি এটা চকুৰে দেখা নাপায়
উদাহরণ :
বসন্ত ওলোৱাৰ কাৰণে তেওঁৰ ্ এটা চকু বেয়া হৈ গʼল আৰু তেওঁ ্ কণা হৈ পৰিল
সমার্থক : এটা চকুৱা