পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কমলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কমলা   বিশেষ্য

অর্থ : নেমু প্রজাতিৰ এবিধ সুগন্ধি, ৰসাল আৰু মিঠা সোৱাদযুক্ত ফল

উদাহরণ : তেওঁ ্সদায় কমলাৰ ৰস খায়

সমার্থক : কমলা টেঙা

অর্থ : ধনৰ অধিষ্ঠাত্রী দেৱী যাক বিষ্ণুৰ পত্নী বুলি কোৱা হয়

উদাহরণ : মানুহে ধন প্রাপ্তিৰ বাবে লক্ষ্মীৰ পূজা কৰে

সমার্থক : ইন্দিৰা, ধনদা, নাৰায়ণী, পদ্মা, লক্ষ্মী, শতদলবাসিনী, শ্রী, হৰিপ্রিয়া, ৰমা

অর্থ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং

উদাহরণ : চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে

সমার্থক : কমলা ৰং, সুমথিৰা, সুমথিৰা ৰং

অর্থ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ

উদাহরণ : কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল

সমার্থক : কমলা গছ, সুমথিৰা, সুমথিৰা গছ, সোণতৰা গছ

चौपाल