অর্থ : যিজনে সাম্যবাদ মানি চলে
উদাহরণ :
সাম্যবাদীসকলে সমাজক এক নতুন দিশ দিবলৈ প্রয়াস কৰিলে
সমার্থক : সাম্যবাদী
অর্থ : সাম্যবাদৰ বা সাম্যবাদ সম্বন্ধী
উদাহরণ :
কেইবাজনো ডাঙৰ ডাঙৰ নেতা সাম্যবাদী বিচাৰধাৰাৰ দ্বাৰা প্রভাবিত হʼল
সমার্থক : সাম্যবাদী