অর্থ : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
উদাহরণ :
মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
সমার্থক : কটা
অর্থ : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
উদাহরণ :
মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
সমার্থক : কটা
অর্থ : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
উদাহরণ :
সমার্থক : কটা