পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কলা   বিশেষ্য

অর্থ : কোনো কাম ভালকৈ কৰাৰ কৌশল, বিশেষকৈ এনেকুৱা কাম যাক সম্পাদন কৰিবলৈ জ্ঞানৰ উপৰি কৌশল আৰু অভ্যাসৰ আৱশ্যক হয়

উদাহরণ : তেওঁৰ ্ কলাৰ শ্রেষ্ঠতা সকলোৱে মানে

সমার্থক : আর্ট

অর্থ : কলা-সম্বন্ধীয় সেই ্কর্ম ্যাৰ সম্পাদনৰ কাৰণে জ্ঞানৰ উপৰিও অতিৰিক্ত কৌশল আৰু অভ্যাসৰ আৱশ্যকতাৰ প্রয়োজন

উদাহরণ : কলা সকলোৰে সাধ্যৰ ভিতৰত নহয়

সমার্থক : কলাকর্ম, শিল্প, শিল্প-্কর্ম, শিল্প্কর্ম, ্কলা-কর্ম

কলা   বিশেষণ

অর্থ : যিজনে শুনা নাপায়

উদাহরণ : প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে

সমার্থক : কাণ গধুৰ, বধিৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত

चौपाल