পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কামলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কামলা   বিশেষ্য

অর্থ : আনৰ কাম-কাজ কৰি পেট প্রৱর্তোৱা লোক

উদাহরণ : শ্রমিকসকলে সুৰঙ্গ খন্দা কাম কৰি আছে

সমার্থক : কাম কৰা মানুহ, বনুৱা, মজদুৰ, মজুৰ, শ্রমজীৱি, শ্রমিক, শ্রমোপজীৱি

অর্থ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

উদাহরণ : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

সমার্থক : অনুচৰ, আলধৰা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক

चौपाल