পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কামুক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কামুক   বিশেষ্য

অর্থ : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি

উদাহরণ : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই

সমার্থক : কামী, বিষয়ী, ভোগী, লম্পট

কামুক   বিশেষণ

অর্থ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট

উদাহরণ :

সমার্থক : খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা

অর্থ : যি ব্যভিচাৰ কৰে

উদাহরণ : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে

সমার্থক : কামী, খেচেৰা, খেচৰ, ব্যভিচাৰী, লম্পট, লুচ্ছা

चौपाल