পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কাল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কাল   বিশেষ্য

অর্থ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

উদাহরণ : সময় কাৰোবাবে ৰৈ নাথাকে

সমার্থক : ক্ষণ, বেলা, সময়

অর্থ : (ব্যাকৰণত) কার্য ্সম্পাদন কৰা বা হোৱাৰ সময়

উদাহরণ : কাল প্রধানকৈ তিনি প্রকাৰৰ

অর্থ : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

উদাহরণ : তেওঁৰ মৃত্যু অতি ওচৰত

সমার্থক : মৃত্যু, মৰণ কাল

অর্থ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

উদাহরণ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

সমার্থক : দিন, যুগ

অর্থ : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

উদাহরণ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

সমার্থক : যুগ, সময়

चौपाल