পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কাৰিকৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কাৰিকৰ   বিশেষ্য

অর্থ : মিস্ত্রীৰ কাম

উদাহরণ : মনোহৰে চহৰত মিস্ত্রী কৰে

সমার্থক : কাৰিগৰ, মিস্ত্রি, মিস্ত্রী, মিস্ত্রী-কাম

অর্থ : যিজনে ঘৰ বা কাঠ, ধাতু আদিৰে বস্তু বনায়

উদাহরণ : এই মূর্তিটো ভাল মিস্ত্রীয়ে বনাইছে

সমার্থক : কাৰিগৰ, বাঢ়ৈ, মিস্ত্রী

অর্থ : হাতেৰে বিশেষ ধৰণৰ কাম কৰা ব্যক্তি বা কোনো বিশেষ কার্যত নিপুণ

উদাহরণ : কাৰিকৰজন আজি কামলৈ নাহিল

সমার্থক : কাৰিগৰ

অর্থ : শিল্পৰ কাম কৰা ব্যক্তি

উদাহরণ : তাজমহল নিপুণ শিল্পীৰ এক অনুপম কৃতি

সমার্থক : কলাকুশলী, কাৰুশিল্পী, শিল্পকাৰ, শিল্পকৰ, শিল্পী, শিল্প্কর্ম্্কাৰ

चौपाल