অর্থ : মিস্ত্রীৰ কাম
উদাহরণ :
মনোহৰে চহৰত মিস্ত্রী কৰে
সমার্থক : কাৰিকৰ, মিস্ত্রি, মিস্ত্রী, মিস্ত্রী-কাম
অর্থ : হাতেৰে বিশেষ ধৰণৰ কাম কৰা ব্যক্তি বা কোনো বিশেষ কার্যত নিপুণ
উদাহরণ :
কাৰিকৰজন আজি কামলৈ নাহিল
সমার্থক : কাৰিকৰ