পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কুঁৱৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কুঁৱৰী   বিশেষ্য

অর্থ : ৰজাৰ জীয়েক বা ৰাজপৰিয়ালৰ কন্যা

উদাহরণ : ৰজাই ৰাজকুৱঁৰীক এজন খেতিয়কৰ সৈতে বিয়াপাতি দিলে

সমার্থক : ৰাজকন্যা, ৰাজকুঁৱৰী, ৰাজকুমাৰী, ৰাজপুত্রী

অর্থ : যি স্ত্রী ৰজস্বলা হোৱা নাই

উদাহরণ : তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে

সমার্থক : কুমাৰী

चौपाल