পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কুহক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কুহক   বিশেষ্য

অর্থ : বিশেষকৈ কুলি, ময়ূৰ আৰু মুর্গী আদি পক্ষীয়ে মতা মধুৰ কুজন ধ্বনি

উদাহরণ : বসন্ত ঋতু অহাৰ লগে লগে কুলিৰ কুহক শুনিবলৈ পোৱা যায়

অর্থ : কাৰোবাৰ অহিত চিন্তা কৰিবলৈ বা দেৱ-দেৱীৰ বাধা দূৰ কৰিবলৈ প্রয়োগ কৰা কোনো অলৌকিক শক্তি বা ভূত-প্রেত বিশ্বাস কৰি কৰা কাম

উদাহরণ : আজিৰ বিজ্ঞানীয়ে যাদু-মন্ত্রৰ ওপৰত বিশ্বাক নকৰে

সমার্থক : ইন্দ্রজালবিদ্যা, কুহকবিদ্যা, টাটক-নাটক, তন্ত্র-মন্ত্র, ভেলেকী, ভেলেকীবাজী, মায়া, যাদু, যাদু-মন্ত্র, যাদুবিদ্যা

चौपाल