পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কেপিটেল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কেপিটেল   বিশেষ্য

অর্থ : কোনো দেশ বা ৰাজ্যৰ প্রধান নগৰ, যʼৰ পৰা তাৰ শাসনকার্য পৰিচালিত হয়

উদাহরণ : উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌ

সমার্থক : ৰাজধানী

অর্থ : কাৰোবাৰ হাতত মজুত থকা ধনৰাশি, যি ধন লাভালাভৰ কাৰণে বেপাৰ-বাণিজ্য আদিত খটোৱা হয়

উদাহরণ : এহেজাৰ টকা মূলধনেৰে আমি লাখ টকা উপার্জন কৰিব পাৰো

সমার্থক : আচল ধন, পুঁজি, মূলধন

चौपाल