অর্থ : ঘোঁৰা আৰু সিংহ আদিৰ ডিঙি অংশৰ চুলি
উদাহরণ :
কেশৰে সিংহৰ সৌন্দর্য বর্ধন কৰে
অর্থ : উৎকৃষ্ট সুগন্ধিৰ কাৰণে প্রসিদ্ধ শীতপ্রধান দেশত হোৱা এবিধ গছ যাৰ সৰু-সৰু ঠাৰিৰ পৰা সুগন্ধি নি্র্গত হয়
উদাহরণ :
কেসৰৰ পৰা পোৱা সুগন্ধি পদার্থৰ ব্যৱহাৰ ধর্ম ্কার্যটো কৰা হয়
সমার্থক : কেসৰ