পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কেৰেলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কেৰেলা   বিশেষ্য

অর্থ : তৰকাৰী বনাই খোৱা সেউজীয়া তিতা ফল লগা এবিধ লতা

উদাহরণ : তেওঁ কেৰেলাৰ ওপৰত কীটনাশক দৰব চটিয়াই আছে

অর্থ : লতাত লগা কাঁইটীয়া গাৰে পাচলি ৰূপে ব্যৱহাৰ কৰা এবিধ ফল

উদাহরণ : তেওঁ কেৰেলাৰ ভাজি খাই বৰ ভাল পায়

অর্থ : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত অৱস্থিত এখন ৰাজ্য

উদাহরণ : কেৰেলাত ঐণম উৎসৱ বৰ উলহ-মালহেৰে উদযাপন কৰা হয়

चौपाल