পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কোটি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কোটি   বিশেষ্য

অর্থ : এশ লাখ বুজোৱা সংখ্যা

উদাহরণ : কোটিত একৰ পিছত সাতটা শূন্য হয়

সমার্থক : কৌটি, কৌড়, কৌৰ, ১০০০০০০০

অর্থ : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে অষ্টম স্থানত পোৱা মান যʼত কোটি গুণিতক পোৱা যায়

উদাহরণ : চাৰিকোটি একত চাৰি কোটিৰ স্থানত থাকে

কোটি   বিশেষণ

অর্থ : এশ লাখ:ৰাজীৱে এক কোটি টকা পুৰস্কাৰ হিচাপে পাইছে

উদাহরণ :

সমার্থক : এক কোটি, কৌটি, ১০০০০০০০

चौपाल