পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কোণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কোণ   বিশেষ্য

অর্থ : কোনো এক স্থানত বিভিন্ন ঠাইৰ পৰা আহি লগ-লগা ৰেখা বা ধৰাতলৰ কাষৰ ঠাই:বজাৰৰ দক্ষিণ কোণত মিঠাইৰ দোকানখন আছে

উদাহরণ :

সমার্থক : কোণা, খোঁক, খোহ, চুক

অর্থ : ঘৰ, গলী অথবা পথৰ আগফালে ওলাই থকা কোণা বিশেষ

উদাহরণ : চাৰিআলিটোৰ চকত থিয় হৈ থকা লʼৰাটোক ট্রাকে চেপিলে

সমার্থক : কর্ণাৰ, কোণা, চক, চুক

অর্থ : মৈদাৰে তৈয়াৰ কৰা শংকু আকৃতিৰ বস্তু যʼত আইচক্রীম ভৰাই খোৱা হয়

উদাহরণ : কোণ বহুত মচমচীয়া হʼলে খাই ভাল লাগে

সমার্থক : আইচক্রীম কোণ

অর্থ : দুডাল সৰল ৰেখা পৰস্পৰ লগহোৱা স্থান

উদাহরণ : এই কোণটো পঞ্চল্লিশ ডিগ্রীৰ

चौपाल