পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কোৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কোৰ   বিশেষ্য

অর্থ : মাটি আদি খান্দি উঠোৱা এবিধ উপকৰণ

উদাহরণ : খেতিয়কজনে কোৰেৰে গোবৰৰ লদাবোৰ উঠাই পাচিত ভৰাই আছে

সমার্থক : কোদাল

অর্থ : মাটি খান্দিবলৈ আৰু খেতি চহাবলৈ ব্যৱহাৰ কৰা এবিধ উপকৰণ

উদাহরণ : তেওঁ ্কোদালেৰে খেতি চহাই আছে

সমার্থক : কোদাল, কোদালি

चौपाल