পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কোৰিয়ান শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কোৰিয়ান   বিশেষ্য

অর্থ : কোৰিয়া দেশৰ অধিবাসী

উদাহরণ : সাঁতোৰ প্রতিযোগিতাৰ স্বর্ণপদক ্কোৰিয়ানে লাভ কৰিলে

সমার্থক : কোৰিয়া বাসী, কোৰিয়া-বাসী, কোৰিয়াবাসী

অর্থ : যি লিপিত কোৰিয়ান ভাষা লিখা হয়

উদাহরণ : অৱশেষত তেওঁ ্কোৰিয়ান লিখিবলৈ সক্ষম হʼল

সমার্থক : কোৰিয়ান লিপি

অর্থ : কোৰিয়া দেশৰ ভাষা

উদাহরণ : কোৰিয়ালৈ যোৱাৰ পিছত শৃংখলাই কোৰিয়ান শিকিলে

সমার্থক : কোৰিয়ান ভাষা, কোৰিয়ান-ভাষা

কোৰিয়ান   বিশেষণ

অর্থ : কোৰিয়া দেশৰ বা কোৰিয়া দেশৰে সম্পর্কিত

উদাহরণ : কোৰিয়ানসকল হস্তকলাত প্রসিদ্ধ

অর্থ : কোৰিয়া ভাষাৰ বা কোৰিয়া ভাষাৰ সৈতে সম্বন্ধ থকা

উদাহরণ : কোৰিয়াত থাকি মনোহৰণে কোৰিয়ান সাহিত্যৰ সোৱাদ লʼলে

चौपाल