অর্থ : কোনো কার্য ্কৰা বা হোৱা বুজোৱা ব্যাকৰণৰ এক বিশেষ শ্্ব্দ
উদাহরণ :
এই অধ্যায়টোত ক্রিয়া সম্পর্কে আলোচনা কৰা হৈছে
সমার্থক : ক্রিয়াপদ
অর্থ : কোনো কাম হোৱা বা কৰাৰ ভাব
উদাহরণ :
গাখীৰৰ পৰা দৈ গাখীৰ হোৱাটো এক প্রকাৰৰ ৰাসায়নিক ক্রিয়া
সমার্থক : কার্য