পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খাতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খাতা   বিশেষ্য

অর্থ : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ

উদাহরণ : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত

সমার্থক : কপি, বহী

অর্থ : পাটোৱাৰীৰ ওচৰত থকা (বিশেষভাৱে কৃষক আদিৰ কাৰণে) খাতা বহীৰ নকল

উদাহরণ : খেতিয়কজনে খাতা বহী লʼবলৈ পাটোৱাৰীৰ ওচৰলৈ গৈছে

অর্থ : আয় ব্যয় আদিৰ হিচাপ লিখা বহী

উদাহরণ : তেওঁ ্খাতা মেলি আয়-ব্যয়ৰ হিচাপ কৰি আছে

সমার্থক : বহী

चौपाल