পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খাল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খাল   বিশেষ্য

অর্থ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত

উদাহরণ : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে

সমার্থক : জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ, হ্রদ

অর্থ : দীঘল আৰু গভীৰ ্গাঁত

উদাহরণ : চালকৰ অসাৱধানতাৰ কাৰণেই বাছখন খাৱৈত পৰিল

সমার্থক : খাদ, খাৱৈ

অর্থ : বাৰিষাকালত মাটি ্হেঁ্চা খাই সৃষ্টি হোৱা গাঁত বিশেষ

উদাহরণ : কেঁ্চা ৰাষ্টাটোৰ ঠায়ে-ঠায়ে খাল হৈছে

সমার্থক : গাঁত

चौपाल