অর্থ : যি মনোবৃত্তিৰ দ্বাৰা মানুহে আনৰ পৰা পোৱা কষ্ট সহি লয় আৰু তাৰ প্রতিকাৰ বা দণ্ডৰ কাৰণে কোনো আগ্রহ প্রকাশ নকৰে
উদাহরণ :
ক্ষমা বীৰৰ ভূষণ স্বৰূপ ৰামে নিজৰ ভায়েকৰ হত্যাকাৰীক ক্ষমা কৰি দিলে
সমার্থক : ক্ষমা, দোষমর্ষণ, মাফ, মার্জ্জ্্না, মার্জ্্না