অর্থ : ইফালে-সিফালে পৰি থকা বা সিঁচা হৈ থকা
উদাহরণ :
চৰাইবিলাকে মাটিত সিঁচৰতি হৈ থকা শস্যৰ দানাবোৰ বুটলিছে
সমার্থক : বিকী্র্ণ, বিশৃঙ্খল, সিঁচৰতি, সিঁচৰি-পিচৰি
অর্থ : ওলট-পালট , ইফাল-সিফাল বা বদলি কৰা
উদাহরণ :
তুমি অশৃংখলিত বস্তুবোৰ ঘৰত থৈ আহিবা
সমার্থক : অশৃংখলিত