পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খৰিয়াল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খৰিয়াল   বিশেষ্য

অর্থ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

উদাহরণ : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

সমার্থক : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

অর্থ : দুজন ব্যক্তিয়ে বা দুটা দলে শত্রুতাপূর্ণ ব্যৱহাৰ কৰি নিজৰ-নিজৰ মতত এজনে আন জনৰ বিৰুদ্ধে অটল হৈ ভাব

উদাহরণ : সৰু কথাটোক লৈয়েই তেওঁলোক দুজনৰ মাজত কাজিয়া লাগিল

সমার্থক : কাজিয়া, থোতা-মোজা, দন, দন্দ

चौपाल