পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গাঁত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গাঁত   বিশেষ্য

অর্থ : মাটিৰ ভিতৰভাগত জীৱ-জন্তু থাকিবলৈ খান্দি লোৱা ঠাই বিশেষ

উদাহরণ : সাপটো নিজৰ ্গাঁতত সোমাই পৰিল

সমার্থক : গহ্বৰ, বিবৰ, বিৱৰ

অর্থ : বাৰিষাকালত মাটি ্হেঁ্চা খাই সৃষ্টি হোৱা গাঁত বিশেষ

উদাহরণ : কেঁ্চা ৰাষ্টাটোৰ ঠায়ে-ঠায়ে খাল হৈছে

সমার্থক : খাল

অর্থ : গভীৰ তল বা স্থান

উদাহরণ : এজন অন্ধব্যক্তি ্গাঁতত পৰি আছিল

সমার্থক : গর্ত, গর্ত্ত, লীন্দা-গাৰা

चौपाल