পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গোচৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গোচৰ   বিশেষ্য

অর্থ : অভিযোগ, অপৰাধ, অধিকাৰ বা লেন-দেন আদিৰে সম্পর্কিত বিবাদ যাক আদালতৰ সন্মুখত কোনো এক পক্ষৰপিনৰ পৰা বিচাৰ কৰা হয়

উদাহরণ : এই মোকর্দ্্মাটো আদালতৰ বিচাৰাধীন হৈ আছে

সমার্থক : কেছ, মকর্দ্্মা, মোকর্দ্্মা

অর্থ : কাৰোবাৰ ওপৰত অপৰাধৰ অভিযোগ, দোষ বা আৰোপ লগোৱা কার্য

উদাহরণ : তেওঁ নিজৰ অভিযোগ প্রমাণ কৰিব নোৱাৰিলে

সমার্থক : অভিযোগ, আৰোপ

चौपाल