অর্থ : এনে আকাৰ যাৰ উপৰিভাগৰ প্রতিটো বিন্দু তাৰ ভিতৰত থকা মধ্যবিন্দুৰ পৰা সমান দূৰত্বত থাকে
উদাহরণ :
বল গোলাকাৰ হয়
সমার্থক : গোল
অর্থ : বৃত্ত বা চক্রৰ আকাৰৰ
উদাহরণ :
গাড়ীত ঘূৰণীয়া চকা লগোৱা থাকে
সমার্থক : ঘূৰণীয়া, চক্রাকাৰ, বর্তুল্াকাৰ, বৃত্তাকাৰ, মণ্ডলাকাৰ