পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গ্রন্থি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গ্রন্থি   বিশেষ্য

অর্থ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ

উদাহরণ : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে

সমার্থক : গাঁথি, ডোৰ, বন্ধন, বান্ধ, বান্ধোন

অর্থ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

উদাহরণ : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

সমার্থক : গাঁঠি, জোৰা, সন্ধি

অর্থ : শৰীৰৰ কাৰণে প্রয়োজনীয় ৰস নিঃসৰণ কৰিব পৰা গাঁঠি সদৃশ এক অৱয়ব

উদাহরণ : শৰীৰত কেবাধৰণৰো গ্রন্থি পোৱা যায়

चौपाल