পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গৰল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গৰল   বিশেষ্য

অর্থ : ডিঙি বাঢ়ি অহা এক প্রকাৰৰ ৰোগ

উদাহরণ : আয়ডিনৰ অভাৱৰ কাৰণে গৰল ৰোগ হয়

সমার্থক : গলগণ্ড

অর্থ : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে

উদাহরণ : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল

সমার্থক : কালকূট, জহৰ, বিষ, বিহ, হলাহল

चौपाल