অর্থ : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা
উদাহরণ :
মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ
সমার্থক : কথা
অর্থ : কোনো নির্দিষ্ট সময়ত কোনো বিশেষ ঠাইত যি ঘটে
উদাহরণ :
আজিৰ আচৰিত ঘটনাটোক লৈ সকলোৱে বৰ কষ্ট পালে