অর্থ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
উদাহরণ :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
সমার্থক : চাক
অর্থ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
উদাহরণ :
কুমাৰৰ চাক একপ্রকাৰৰ চক্র
সমার্থক : চক্র