পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চকুত লগা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চকুত লগা   বিশেষণ

অর্থ : দর্শন ্কৰা বা দেখাৰ যোগ্য

উদাহরণ : তেওঁ দর্শনীয় ঠাইবোৰ চাবলৈ গৈছে

সমার্থক : অৱলোকনীয়, দর্শনীয়, দেখনিয়াৰ

অর্থ : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া

উদাহরণ :

সমার্থক : চকু জুৰোৱা, চকুত চমকল লগোৱা, দেখনিয়াৰ, ধুনীয়া, নয়ন জুৰোৱা, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ

चौपाल