সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি চলি আছে বা যাক চলাই থকা হৈছে
উদাহরণ : এতিয়া আমি এই চালিত যন্ত্রটো বন্ধ কৰা উচিত
সমার্থক : চলন্ত, চালিত, পৰিচালিত
অর্থ : যাৰ গতি আছে বা যি চলিব পাৰে
উদাহরণ : যন্ত্র গতিশীল অৱস্থাত আছে
সমার্থক : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলিষ্ণু, চালু, চৰিষ্ণু, জঙ্গম, সঞ্চৰণমান, সঞ্চৰণশীল
অর্থ : যাৰ পৰা কোনো প্রকাৰে কাম চলাব পৰা যায়
উদাহরণ : এই যন্ত্রটো মই চলমান কৰি তুলিলোঁ
সমার্থক : কাম-চালু
অর্থ : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
উদাহরণ : গহনা, কাপোৰ আদি জংগম সম্পত্তি
সমার্থক : জংগম, জঙ্গম
ইনস্টল