অর্থ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
উদাহরণ :
পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
সমার্থক : শক্তি
অর্থ : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
উদাহরণ :
বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়