অর্থ : ওপৰৰ ভাগ বেঙুনীয়া আৰু তলৰ ভাগ বগা কন্দৰ এবিধ পাচলি-গছ
উদাহরণ :
সীতাই শাকনিৰ পৰা চালগোম উঘালিছে
সমার্থক : চালগোম গছ
অর্থ : গাৰ ওপৰৰ ফালে পাতল বেঙুনীয়া আৰু তলৰ ফালে বগা ৰঙৰ এবিধ গোলাকাৰ কন্দ বা মূল
উদাহরণ :
চালগোমেৰে তৰকাৰী আৰু চালাদ বনোৱা হয়