পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চুপি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চুপি   বিশেষ্য

অর্থ : তৰল পদার্থ ্ভৰাবৰ কাৰণে কোনো জোঙা পাত্রৰ মুখত সুমুৱাই লোৱা উপকৰণ বিশেষ

উদাহরণ : তেল যাতে তলত নপৰে তাৰ কাৰণে পাত্রটোৰ মুখত চুপি লগোৱা হʼল

অর্থ : ধাতু, প্লাষ্টিক আদিৰে তৈয়াৰ কৰা শঙ্কু আকৃতিৰ এবিধ বস্তু যাৰ জোঙা অংশত এটা সৰু নলী থাকে

উদাহরণ : দোকানীজনে চুপিটোৰে বটলত তেল ভৰাই আছে

चौपाल