অর্থ : আনৰ বস্তু মনে মনে লোৱা কার্য ্ বা ভাৱ
উদাহরণ :
ৰামুৱে চুৰ কৰি থাকোঁতে ধৰা পৰিল
সমার্থক : কুম্ভিলকবৃত্তি, চুৰ, চুৰতাৰি, চুৰি-চাপাচি, চৌর্য, চৌর্যবৃত্তি, তস্কৰবৃত্তি
অর্থ : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
উদাহরণ :
এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
সমার্থক : ডকাইতি