পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চূণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চূণ   বিশেষ্য

অর্থ : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়

উদাহরণ : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়

সমার্থক : চূণ-শিল, বগা

অর্থ : এবিধ শিলৰ গুড়ি, যাক বেৰত ৰং হিচাপে লগোৱা হয়

উদাহরণ : দেৱালীৰ উপলক্ষে শ্যামে ঘৰত চূণ লগাইছে

সমার্থক : চূণশিল

चौपाल