পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জগত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জগত   বিশেষ্য

অর্থ : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ

উদাহরণ : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে

সমার্থক : দুনীয়া, বিশ্ব, সংসাৰ

অর্থ : পৃথিৱীত থকা লোক

উদাহরণ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

সমার্থক : জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ

অর্থ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

উদাহরণ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

সমার্থক : ইহজগত, ইহলোক, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি

অর্থ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

উদাহরণ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

সমার্থক : ইহজগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

चौपाल