পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জন   বিশেষ্য

অর্থ : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক

উদাহরণ : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল

সমার্থক : জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰাইজ, ৰায়ত

অর্থ : মনুষ্য জাতি বা সমূহৰ মাজৰ কোনো এজন

উদাহরণ : সকলো ব্যক্তিৰে পচন্দ বেলেগ-বেলেগ হয় এই গাড়ীখনত মাথোন দুজন ব্যক্তিহে বহিব পাৰিব

সমার্থক : ব্যক্তি, মানুহ, লোক

অর্থ : নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণে সকলো প্রাণীৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা সেই দ্বি-পদী প্রাণী যাৰ ভিতৰত আমি, আপুনি আৰু সকলোৱেই পৰোঁ:মানুহ নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণেই সকলো প্রাণীতকৈ শ্রেষ্ঠ

উদাহরণ :

সমার্থক : ইনসান, নৰ, নৰ-মনিচ, মনিচ, মনুজ, মনুষ্য, মর্ত্ত্য, মানুহ, মানৱ, লোক

चौपाल