পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জনক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জনক   বিশেষ্য

অর্থ : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ

উদাহরণ : জনক এজন বৰ জ্ঞানী ৰজা আছিল

সমার্থক : বিদেহ, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক

অর্থ : যিজন ব্যক্তিয়ে সর্বপ্রথম ্কোনো বিষয় বা চিন্তাধাৰাৰ সূচনা কৰে বা কোনো সংস্থা আদিৰ স্থাপনা কৰোঁতাজন

উদাহরণ : হিপʼক্রেটিছক চিকিৎসাশাস্ত্রৰ জনক বুলি কোৱা হয়

সমার্থক : জন্ম-দাতা, জন্মদাতা, পিতা

অর্থ : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে

উদাহরণ : মোৰ দেউতা এজন অধ্যাপক

সমার্থক : আব্বা, আব্বাজান, দেউতা, পিতা, পিতাই, পিতৃ, বাবা

चौपाल