পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জনসাধাৰণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জনসাধাৰণ   বিশেষ্য

অর্থ : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক

উদাহরণ : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল

সমার্থক : জন, জন-সাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰাইজ, ৰায়ত

অর্থ : পৃথিৱীত থকা লোক

উদাহরণ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

সমার্থক : জগত, জনতা, বিশ্ব, লোক, সংসাৰ, ৰাইজ

অর্থ : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল

উদাহরণ :

সমার্থক : জনগন, জনতা, প্রজা

चौपाल