পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জনা   বিশেষ্য

অর্থ : জনাৰ কার্য

উদাহরণ : নতুন আৱিস্কাৰবোৰৰ বোধগম্যতাৰ প্রয়োজন

সমার্থক : বুজা, বোধগম্যতা

জনা   ক্ৰিয়া

অর্থ : অভিজ্ঞ বা পৰিচিত হোৱা

উদাহরণ : সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে

সমার্থক : জ্ঞাত হোৱা, জ্ঞান হোৱা

অর্থ : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা

উদাহরণ : মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ

সমার্থক : চিনি পোৱা

অর্থ : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা

উদাহরণ : মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ

সমার্থক : চিনি পোৱা

অর্থ : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা

উদাহরণ : মই বোৱা-কটা জানো

অর্থ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা

উদাহরণ : প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ

সমার্থক : বুজি পোৱা

অর্থ : কিহবাৰ স্বভাৱ বা গুণ আদি জনা

উদাহরণ : মই তেওঁক বুজিব পৰা নাই

সমার্থক : বুজা, বুজি পোৱা

चौपाल