পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জিকা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জিকা   ক্ৰিয়া

অর্থ : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা

উদাহরণ : মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল

সমার্থক : জয়ী হোৱা, বিজয়ী হোৱা

অর্থ : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা

উদাহরণ : স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল

সমার্থক : জয় কৰা

অর্থ : প্রতিযোগিতাত সফলতা লাভ কৰা

উদাহরণ : মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে

সমার্থক : সফল হোৱা

चौपाल