সুৰভি (বিশেষ্য)
ভাল গোন্ধ
লোকোক্তি (বিশেষ্য)
বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি
ধুমকেতু (বিশেষ্য)
গ্রহৰ দৰে সূর্যৰ ্ চাৰিওফালে পৰিভ্রমণ কৰা শিল, বালি, বৰফ, গেছ আদিৰে গঠিত সৰু সৰু খণ্ড, যি সৌৰমণ্ডলৰ অন্তর্গত:ধুমকেতু কেতিয়াবা কেতিয়াবা দেখা পোৱা যায়
ক্ষমা প্রার্থী (বিশেষণ)
যি ক্ষমা বিচাৰে
নিবিচৰা- (বিশেষণ)
ইচ্ছা নাইকিয়া হৈ যোৱা বা যিটো ইপ্সিত নহয়
গ্রহবিপ্র (বিশেষ্য)
সূর্য, চন্দ্র, গ্রহ-নক্ষত্র আদিৰ স্থান নিৰীক্ষণ কৰি ভৱিষ্যতৰ বিষয়ে কʼব পৰা লোক
মহীচুঙা (বিশেষ্য)
লিখিবৰ কাৰণে ব্যৱহাৰ কৰা চিয়াহী ৰখা পাত্র
মূর্খামি (বিশেষ্য)
মূর্খ ্ হোৱা অৱস্থা
দেহহীন (বিশেষণ)
যাৰ শৰীৰ নাই
কইৰা চৰাই (বিশেষ্য)
মাইকী কুকুৰাৰ গঢ়ৰ কʼলা-মুগা বৰণীয়া এবিধ বনৰীয়া চৰাই, যাক মানুহে মাংস আৰু আনন্দদায়ক যুঁজৰ ্ কাৰণেও পোহে