পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ডকাইতি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ডকাইতি   বিশেষ্য

অর্থ : বস্তু-বাহানি আদি লুটপাত কৰিবৰ কাৰণে দল বান্ধি কৰা আক্রমণ

উদাহরণ : যোৱা সপ্তাহত ইয়াত এখন দোকানত ডকাইতি হৈছিল

অর্থ : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য

উদাহরণ : এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়

সমার্থক : চুৰি

ডকাইতি   ক্ৰিয়া

অর্থ : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য

উদাহরণ : এই পথত ডকাইতে পথিকক ডকাইতি কৰে

সমার্থক : অপহৰণ কৰা, লুট কৰা, লুট-পাত কৰা

चौपाल