পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ডিনাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ডিনাৰ   বিশেষ্য

অর্থ : লিবিয়াত প্রচলিত মুদ্রা

উদাহরণ : তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে

সমার্থক : লিবিয়ান ডিনাৰ

অর্থ : টিউনিছিয়াত প্রচলিত মুদ্রা

উদাহরণ : তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?

সমার্থক : টিউনিছিয়ান ডিনাৰ

অর্থ : আলজেৰিয়াত প্রচলিত মুদ্রা

উদাহরণ : তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে

সমার্থক : আলজেৰিয়ান ডিনাৰ

অর্থ : ইৰাকত প্রচলিত মুদ্রা

উদাহরণ : আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব

সমার্থক : ইৰাকী ডিনাৰ

অর্থ : ইৰাণত প্রচলিত মুদ্রা

উদাহরণ : এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল

সমার্থক : ইৰাণী ডিনাৰ

অর্থ : কুৱেইটত প্রচলিত মুদ্রা

উদাহরণ : আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে

সমার্থক : কুৱেইটী ডিনাৰ

অর্থ : বাহৰেইনত চলা মুদ্রা

উদাহরণ : তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী ডিনাৰ পঠিয়ায়

সমার্থক : বাহৰেইনী ডিনাৰ

অর্থ : জর্দানত প্রচলিত মুদ্রা

উদাহরণ : তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে

সমার্থক : জর্দানিয়ান ডিনাৰ

चौपाल