অর্থ : তাৰ সমান বা ৰূপৰ
উদাহরণ :
গণেশৰ মূর্তিটোৰ তদনুৰূপ আৰু দহটা মূর্তি সাজি দিয়ক
অর্থ : যিটো হয় বা হৈছে, সেই অনুসৰি বা প্রথমটোৰ অনুসৰি
উদাহরণ :
গুৰুৰ আদেশৰ তদনুৰূপ আদর্শ ্মানি চলা উচিত
সমার্থক : তদনুকূল